ৰাজস্থান ৰয়েলছ আজি চেন্নাইৰ এম এ চিডাম্বৰৰ্ম ষ্টেডিয়ামত হ’বলগীয়া আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। এই খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ’ব। উল্লেখযোগ্য যে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি ইতিমধ্যে প্রতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।
Assamese | May 24, 2024 11:56 AM | IPL 2024
আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ