ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলে কালি ওমানৰ মাস্কাটত অনুষ্ঠিত চলিত বৰ্ষৰ পুৰুষৰ জুনিয়ৰ এছিয়া কাপৰ এখন খেলত থাইলেণ্ডক ১১-০ গ’লত পৰাস্ত কৰে। খেলখনত অৰাইজিত সিং হুণ্ডাল, সৌৰভ আনন্দ কুশৱাহা, গুৰজোৎ সিং, অর্শদ্বীপ সিং, সাৰদা নন্দ তিৱাৰী, দিলৰাজ সিং, ৰোহিত আৰু মুকেশ টপ্পোৱে ভাৰতৰ হৈ গ’ল দিয়ে। প্রতিযোগিতাৰ আন এখন খেলত ভাৰত আজি জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | November 28, 2024 11:44 AM | India thrash Thailand 11-0 in Men’s Junior Asia Cup Hockey opener in Oman
ওমানৰ মাস্কাটত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকীত থাইলেণ্ডক ১১-০ গ’লত পৰাস্ত ভাৰতৰ