হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক গৰু ছিণ্ডিকেটৰ পৰা ধন লোৱাৰ অভিযোগত আজি নিলম্বন কৰা হয়। জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তামুলীক গৃহ বিভাগে এটা নিৰ্দেশযোগে নিলম্বনৰ শাস্তি আৰোপ কৰে৷
Assamese | September 12, 2025 8:20 PM | hojai asp
হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক নিলম্বন