গুৱাহাটীৰ চানমাৰিৰ শিক্ষক ভৱনত কাইলৈ ৰাজ্যৰ প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ য়ে স্কুলীয়া শিক্ষাৰ মান উন্নত কৰিব শীর্ষক তর্ক প্রতিযোগিতাত ৰাজ্যৰ ভালেমান প্রতিযোগীয়ে অংশগ্ৰহণ কৰিব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা সন্মিলনীৰ মহাৰজত বৰ্ষৰ লগত সংগতি ৰাখি বছৰজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
Assamese | November 8, 2024 8:47 PM | guwahati sokshak bhavan
গুৱাহাটীৰ শিক্ষক ভৱনত কাইলৈ ৰাজ্যৰ প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত তৰ্ক প্ৰতিযোগিতা