অসম ক্রীড়া সাংবাদিক সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ১৬ বছৰ অনুৰ্ধ্বৰ আন্তঃবিদ্যালয় প্রশিক্ষণ কেন্দ্র প্রাইজমানী ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে। আজিৰ উদ্বোধনী খেলত মাছখোৱা ক্রিকেট প্রশিক্ষণ কেন্দ্রই গুৱাহাটী ক্রিকেট প্রশিক্ষণ কেন্দ্রক দুই উইকেটত পৰাস্ত কৰে। প্রতিযোগিতাত মুঠ ৮টা দলে অংশগ্রহণ কৰিছে। অহা ২১ ডিচেম্বৰত এই প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হ’ব।
Assamese | December 14, 2024 7:56 PM | guwahati nehru stadium sports
গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আজিৰে পৰা ১৬ বছৰ অনুৰ্ধ্বৰ আন্তঃবিদ্যালয় প্রশিক্ষণ কেন্দ্র প্রাইজমানী ক্রিকেট প্রতিযোগিতা