গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ তথা গুৱাহাটী জিলা আদালত চৌহদ সামৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কামৰূপ মহানগৰ জিলা দণ্ডাধিশে ন’ ফ্লাই জন হিচাপে ঘোষণা কৰিছে। এই ব্যৱস্থা পৰৱৰ্তী নির্দেশ নিদিয়ালৈকে বাহাল থাকিব।
Assamese | June 14, 2024 12:27 PM | Guwahati High Court
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ তথা গুৱাহাটী জিলা আদালত চৌহদ ন’ ফ্লাই জন ঘোষণা