গোৱাত অহা ২৭ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে ভাৰত শক্তি সপ্তাহৰ চতুৰ্থ সংস্কৰণ আৰম্ভ হ’ব। নতুন দিল্লীত আজি এই কার্যসূচী সন্দর্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে কয় যে বছৰটোৰ প্ৰথমখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্রীয় শক্তি সন্দৰ্ভত এই অনুষ্ঠানত ৭৫ হাজাৰতকৈও অধিক প্রতিনিধিয়েও ভাগ লোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে কানাডা, আৰৱ আমেৰি ৰাষ্ট্ৰ, চূডান, জিম্বাবুৰে, ট্রিনিডাত, টোবাগো, ওমান আৰু ব্রুনেইকে ধৰি ১৭ খন ৰাষ্ট্ৰৰ মন্ত্ৰী আৰু উপ-মন্ত্রীয়ে অংশগ্ৰহণ কৰিব।
Assamese | January 23, 2026 7:54 PM | Goa
গোৱাত অহা ২৭ পৰা ৩০ জানুৱাৰীলৈকে ভাৰত শক্তি সপ্তাহৰ চতুৰ্থ সংস্কৰণ আৰম্ভ