প্ৰতিশ্ৰুতি কেন্সাৰ এণ্ড পলিয়েটিভ ট্রাষ্টৰ উদ্যোগত আৰু আছাম ছায়েন্স টেকন’লজী এণ্ড এনভাইৰনমেণ্ট কাউন্সিলৰ সহযোগত ডিব্ৰুগড়ত কালি প্রজেক্ট মানুহে মানুহৰ বাবেৰ অধীনত কেন্সাৰ এণ্ড পলিয়েটিভ কেয়াৰ শীর্ষক এখন কর্মশালা অনুষ্ঠিত হয়। কর্মশালাত কেইবাগৰাকীও চিকিৎসকে অংশগ্ৰহণ কৰি কেন্সাৰ ৰোগৰ চিকিৎসা আৰু প্ৰত্যাহ্বান সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে ।
Assamese | September 9, 2024 11:20 AM | dibrugarh workshop
ডিব্ৰুগড়ত ‘প্রজেক্ট মানুহে মানুহৰ বাবে’ৰ অধীনত ‘কেন্সাৰ এণ্ড পলিয়েটিভ কেয়াৰ’ শীর্ষক কর্মশালা