অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ উদ্দেশ্যে গঠন হোৱা কিৰণ তামুলী শিশু সাহিত্য ন্যাসে চতুৰ্থবাৰৰ বাবে কিৰণ তামুলী শিশু সাহিত্য বঁটাৰ বাবে লেখক, প্রকাশক আৰু চিত্ৰশিল্পীৰ পৰা শিশু গ্ৰন্থৰ আহ্বান কৰিছে। এই বঁটাৰ বাবে ২০২০ ৰ পৰা ২০২৪ চনৰ ভিতৰত প্ৰকাশিত গ্ৰন্থ গ্ৰহণ কৰা হ’ব। আগ্ৰহীসকলে ইয়াৰ বাবে নিজৰ গ্ৰন্থৰ দুটাকৈ কপি, মৌচাক, ডেকাগাওঁ, যোৰহাট-৭৮৫০০৬ ঠিকনাত ৩০ আগষ্টৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। চলিত বৰ্ষৰ ৯ অক্টোবৰত বঁটাসমূহৰ ফলাফল ঘোষণা কৰা হ’ব ।
Assamese | May 23, 2025 7:52 PM | Awardee
কিৰণ তামুলী শিশু সাহিত্য বঁটাৰ বাবে লেখক, প্রকাশক আৰু চিত্ৰশিল্পীৰ পৰা শিশু গ্ৰন্থৰ আহ্বান