তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালকপ্রধান কে সতীশ নাম্বুদিৰিপাদে আজি বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন কৰে। মৈদামক্ষেত্ৰত উপস্থিত হৈ তেওঁ কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অধীনত থকা মৈদামসমূহৰ লগতে ৰাজ্যিক প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনত থকা মৈদামসমূহ পৰিদৰ্শন কৰি স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে। ইয়াৰ লগতে তেওঁ চৰাইদেউ প্ৰত্নতাত্ত্বিক সংগ্ৰহালয় পৰিদৰ্শন কৰে।
Assamese | August 21, 2024 8:51 PM | charaideu moidam visit
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালকপ্রধান কে সতীশ নাম্বুদিৰিপাদৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন