আঞ্চলিক সংবাদ

July 10, 2024 11:50 AM

views 41

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি মুষলধাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি মুষলধাৰ বৰষুণৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, ওড়িশা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আদিতো এই সময়ছোৱাত যথেষ্ঠ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মধ্...

July 10, 2024 2:36 PM

views 42

ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত যদিও বৰ্তমান ২৬ খন জিলাৰ ১৭ লাখৰো অধিক লোক বানৰ কবলত

ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও ২৬ খন জিলাৰ ১৭ লাখৰো অধিক লোক বানৰ কবলত আছে। ৯০ টা ৰাজহ চক্ৰৰ ২ হাজাৰ ৭০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত পুনৰ ৭ জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃ...

July 9, 2024 8:57 PM

views 45

ৰাজ্যৰ বিভিন্ন বিভাগত ৩৫ হাজাৰ পদত নিযুক্তিৰ বাবে শীঘ্ৰেই অভিযান আৰম্ভ কৰা হ’ব : মুখ্যমন্ত্ৰী

অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন বিভাগত ৩৫ হাজাৰ পদত নিযুক্তিৰ বাবে শীঘ্ৰেই অভিযান আৰম্ভ কৰিব। অহা বছৰৰ এপ্ৰিল মাহৰ ভিতৰত এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। তেওঁ কয় যে ১ লাখ নিযুক্তিৰ পাছত এয়া চৰকাৰৰ অন্যতম বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হ'ব। মুখ্যমন...

July 9, 2024 8:52 PM

views 46

গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ শক্তি মন্ত্ৰীৰ পর্যালোচনা বৈঠক

কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লাল খট্টৰৰ অধ্যক্ষতাত আজি গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু ছিকিমৰ লগতে অসমৰ শক্তি মন্ত্রী নন্দিতা গালোচা উপস্থিত থকা এই পর্যালোচনা বৈঠকত শক্তিৰ বিতৰণ সন্দৰ্ভত আলোচনা কৰা হয়। পর্যালোচনা ...

July 9, 2024 8:49 PM

views 32

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ কৰিমগঞ্জ ভ্ৰমণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কৰিমগঞ্জৰ বান পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰীমাৰ্ঘেৰিটাই কৰিমগঞ্জৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু বিভাগীয় মুৰববীসকলৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ অন্...

July 9, 2024 8:45 PM

views 37

অসমৰ ২৭ জিলাৰ ৯১টা ৰাজহ চক্ৰৰ ৩,১০০ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত

বান ক্ষতিগ্রস্ত অসমত সাহায্য আৰু পুনৰসংস্থাপনত সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰেই বিশেষ পেকেজ ঘোষণা কৰিব বুলি কেন্দ্রীয় শক্তি, গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লালে আজি গুৱাহাটীত প্ৰকাশ কৰিছে। উত্তৰ-পূবৰ শক্তি আৰু নগৰ উন্নয়ন মন্ত্ৰীসকলৰ সৈতে গুৱাহাটীত আয়োজিত বৈঠকত অংশ ল...

July 9, 2024 12:26 PM

views 32

বিৰোধী নেতা ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ, ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিত ক্ষতিগ্ৰস্ত হৈ শিবিৰত থকা লোকৰ সৈতে বাৰ্তালাপ

বিৰোধী নেতা ৰাহুল গান্ধীয়ে কালি এদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰে। তেওঁ ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত হৈ বিভিন্ন শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে। ইম্ফলত কালি সন্ধিয়া সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ নেতাগৰাকীয়ে মণিপুৰৰ জনসাধাৰণক হিংসাৰ বাট পৰ...

July 9, 2024 12:12 PM

views 40

ৰাজ্যত ২৭খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত, ৭২গৰাকী লোকৰ মৃত্যু

ৰাজ্যত এইপর্যন্ত বানত মহিলা-শিশুসহ ৭২ গৰাকী লোকৰ মৃত্যু হৈছে৷ শেহতীয়া তথ্য অনুসৰি ২৭ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাজ্যৰ ১১টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ১০০খনৰো অধিক গাঁও প্লাৱিত হৈ আছে। বিশেষকৈ শিৱসাগৰ, কামৰূপ, ডিব্ৰুগড়...

July 9, 2024 12:10 PM

views 38

ৰাজ্যত চলিত বছৰতে ২০৬ কিলোমিটাৰৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’বঃ পীযূষ হাজৰিকা

ৰাজ্যত চলিত বছৰতে ২০৬ কিলোমিটাৰৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ'ব। দিছপুৰত কালি অনুষ্ঠিত জলসম্পদ বিভাগৰ এখন গুৰুত্বপূর্ণ বৈঠকত বিভাগীয় মন্ত্রী পীযূষ হাজৰিকাই এই সন্দৰ্ভত অনুমোদন পোৱা বুলি প্ৰকাশ কৰে। জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাসকল উপস্থিত থকা এই বৈঠকত শেহতীয়াকৈ বানত ছিগা আৰু ক্ষতিগ্রস্ত মথাউৰিসমূহ খৰ...

July 9, 2024 12:08 PM

views 35

সাম্প্রতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ অন্ন সেৱাৰ দিন ১৫ জুলাইলৈ বৃদ্ধি

সাম্প্রতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ অন্ন সেৱাৰ দিন অহা ১৫ জুলাইলৈ বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্য চৰকাৰে প্ৰতিমাহে ১ৰ পৰা ১০ তাৰিখলৈ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকলক বিনামূলীয়া চাউল প্ৰদান কৰি আহিছে। এই দিনকেইটাক অন্ন সেৱা দিন হিচাপে প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।