উত্তৰ-পূৰ্বাঞ্চল

June 8, 2025 12:46 PM

views 64

মণিপুৰৰ পাঁচখন জিলাত ৫ দিনৰ বাবে ইণ্টাৰনেট আৰু ম’বাইল ডাটা সেৱা বন্ধ

মণিপুৰ চৰকাৰে যোৱা নিশা ১১ বাজি ৪৫ মিনিটৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫ দিনৰ বাবে ৰাজ্যখনৰ পাঁচখন জিলাত ইণ্টাৰনেট আৰু ম'বাইল ডাটা সেৱা বন্ধ কৰিছে। এই জিলাকেইখন হৈছে- পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবল, বিষ্ণুপুৰ আৰু কাকসিং। ৰাজ্যখনৰ গৃহ বিভাগৰ আয়ুক্তসচিব এন অশোক কুমাৰে কৈছে যে, জিলাকেইখনত আইন শৃংখলাৰ পৰিস্থিতিৰ...

June 3, 2025 9:01 PM

views 67

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি জটিল অৱস্থাত

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে৷ অসমত সাম্প্রতিক বানত ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ১৫৭ টা সাহায্য সামগ্রী বিতৰণ কেন্দ্ৰত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সা...

June 2, 2025 9:18 PM

views 71

অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত আলোচনা

অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে আজি বিয়লি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকৰ বিষয়ে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি উচ্চতম ন্যায়ালয়ে নিয়োগ ...

June 1, 2025 9:17 PM

views 96

অহা ৫ দিনলৈ উত্তৰ-পূব ভাৰতত প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৫ দিনলৈ উত্তৰ-পূব ভাৰতত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগটোৱে অহা বুধবাৰলৈ কেৰালাৰ মাহে আৰু কৰ্ণাটকত বিজুলী-ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। তদুপৰি জম্মু, কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, মুজাফ্‌ফ্ফৰবাদ, হিমাচল প্রদেশ, উত্তৰাখণ্ড, পঞ্...

June 1, 2025 8:20 PM

views 60

ছিকিমৰ মংগন জিলাত ভূমিস্খলনৰ ফলত কেইবাটাও স্থানত পথ যোগাযোগ ব্যাহত

ছিকিমৰ মংগন জিলাত ভূমিস্খলনৰ ফলত কেইবাটাও স্থানত পথ যোগাযোগ ব্যাহত হৈ পৰিছে। চৰকাৰী সূত্ৰই জনোৱা মতে, মংগন জিলাৰ লাচেন আৰু লাচুঙত প্ৰায় ডেৰ হাজাৰ পৰ্যটক আবদ্ধ হৈ আছে। বিভিন্ন সংস্থাই ক্ষিপ্ৰগতিত উদ্ধাৰৰ কাম কৰি আছে যদিও উদ্ধাৰৰ কাম সম্পূৰ্ণ নোহোৱালৈকে পৰ্যটকসকলক বাহিৰলৈ ওলাই নাযাবলৈ পৰামৰ্শ দিছে। ব...

June 1, 2025 7:24 PM

views 72

অৰুণাচল প্ৰদেশৰ পাছিঘাটত সাহিত্যিক লুম্মেৰ দাইৰ ৮৫ সংখ্যক জয়ন্তী উদযাপন

অৰুণাচল প্ৰদেশৰ পাছিঘাটত অসম সাহিত্য সভাৰ উদ্যোগত আৰু পাছিঘাট শাখা সাহিত্য সভাৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে বিশিষ্ট সাহিত্যিক লুম্মেৰ দাইৰ ৮৫ সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই অনুষ্ঠানত সাহিত্যিক গৰাকীৰ আবক্ষ মূৰ্তি উন্মোচনৰ লগতে লুম্মেৰ দাই সাহিত্য বঁটা প্ৰদান কৰা হয়। পুৱাৰ ভাগত অসম সাহিত্য সভা...

June 1, 2025 3:28 PM

views 91

উত্তৰ-পূৰ্বাঞ্চলৰ ৬ খন ৰাজ্যত বৰষুণৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত

● উত্তৰ-পূৰ্বাঞ্চলৰ ৬ খন ৰাজ্যত কেইবাদিনো ধৰি হৈ থকা মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা বাৰুকৈ ব্যাহত হৈছে। অঞ্চলটোত বিগত ২৪ ঘণ্টাত বৰষুণৰ ফলত হোৱা ভূমিস্খলন, ঘৰ খহি পৰা আৰু ডুব যোৱাৰ ফলত ২৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ভিতৰত অৰুণাচল প্ৰদেশত ৯ গৰাকী, মেঘালয়ত ৬ গৰাকী, অসম আ...

June 1, 2025 1:34 PM

views 117

বতৰৰ বতৰা:

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনীৰে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৯ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৩ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্...

May 29, 2025 7:08 PM

views 62

কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দি আহিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত উজলি থকা অধ্যায় বুলি মন্তব্য কৰিছে। ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভার্চুৱেলি অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দি আহিছে।...

May 27, 2025 11:38 AM

views 58

মণিপুৰক অপমান কৰাৰ অভিযোগত ৰাজ্যখনত অপ্রীতিকৰ পৰিস্থিতি অব্যাহত

● মণিপুৰক অপমান কৰাৰ অভিযোগত ৰাজ্যখনত সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতি অব্যাহত আছে। ভাৰতীয় সেনাৰ এটা দলে মণিপুৰ ৰাজ্যিক পৰিবহন বিভাগৰ বাছৰ পৰা মণিপুৰ শব্দটো আঁতৰাবলৈ ৰাজ্যখনৰ সাংবাদিকৰ এটা দলক নিৰ্দেশ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পাছত প্ৰতিবাদকাৰীসকলে ৰাজ্যখনৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক ক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।