ৰাষ্ট্ৰীয়

June 1, 2024 7:50 PM

views 70

লোকসভা নিৰ্বাচনৰ সামৰণিৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমৰ নির্বাচনী সমীক্ষা প্রকাশ

আজি লোকসভা নিৰ্বাচনৰ সামৰণিৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমে নির্বাচনী সমীক্ষা প্রকাশ কৰিছে। প্ৰাৰম্ভিক তথ্য অনুসৰি টাইমছ নাও নামৰ সংবাদ প্রতিষ্ঠানটোৱে কেবালাৰ কংগ্ৰেছ মিত্রজোটে ১৪ খন, বাওপন্থী মিত্রজোটে ৪খন আৰু বিজেপিয়ে এখন আসন লাভ কৰিব বুলি প্ৰকাশ কৰিছে। চি এন এন নিউজৰ তথ্য অনুসৰি তামিলনাডুৰ আই এন ...

June 1, 2024 6:09 PM

views 116

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত বিয়লি ৫ বজালৈকে ৫৮ শতাংশৰো অধিক ভোটদান সম্পন্ন

♦ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অব্যাহত আছে। আজি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈ বাতৰি যুগুতোৱাৰ পৰলৈকে ৫৮.৩৪ শতাংশ ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, প...

June 1, 2024 3:11 PM

views 79

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত দিনৰ ১ বজা পর্যন্ত ৪০.০৯ শতাংশ ভোটদান

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অব্যাহত আছে। আজি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈ দিনৰ ১ বজা পর্যন্ত ৪০.০৯ শতাংশ ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, পশ্চিমব...

June 1, 2024 2:49 PM

views 90

ওড়িশাৰ বিশিষ্ট লোককলা শিল্পী পদ্মশ্ৰী মাগুণী চৰণ কৌৰৰ কেয়নঝাৰৰ নিজা বাসভৱনত মৃত্যু

ওড়িশাৰ বিশিষ্ট লোককলা শিল্পী পদ্মশ্ৰী মাগুণী চৰণ কৌৰৰ আজি পুৱা কেয়নঝাৰৰ নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুমুখী পুতলা শিল্প আৰু পৰম্পৰাগত পুতলা নাচৰ উত্থান আৰু সংৰক্ষণৰ দিশত জীৱনযোৰা সাধনাৰ বাবে বিগত বৰ্ষত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে শিল্পীগৰাকীক পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। মৃত্যুৰ সময়ত তে...

June 1, 2024 2:46 PM

views 77

কেৰালাত ৰাজ্যখনৰ উত্তৰ অংশত প্ৰৱল বৃষ্টিপাত অব্যাহত

কেৰালাত ৰাজ্যখনৰ উত্তৰ অংশত প্ৰৱল বৃষ্টিপাত অব্যাহত আছে। ৰাজ্যখনৰ মালাপ্পুৰম, কোঝিকোৰ, ৱায়ানাড আৰ্ণাকুলম আৰু ইডুক্কি জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যখনত কাইলৈ পৰ্যন্ত বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে৷ কাইলৈ পৰ্যন্ত দক্ষিণ কেৰালা আৰু লাক্ষাদ্বীপ অঞ্চলত মাছমৰাত নিষেধা...

June 1, 2024 2:39 PM

views 53

তেল বিপণন কোম্পানীসমূহে প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডৰৰ মূল্য ৬৯ টকা ৫০ পইচাকৈ হ্ৰাস কৰিছে

তেল বিপণন কোম্পানীসমূহে প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডৰৰ মূল্য ৬৯ টকা ৫০ পইচাকৈ হ্ৰাস কৰিছে। ভাৰতীয় তেল নিগম লিমিটেড অর্থাৎ আই অ' চি এল এ ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এতিয়াৰ পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰ এহেজাৰ ৬৭৪ টকাত ক্ৰয় কৰিব পাৰিব। সমান্তৰালভাৱে কলকাতাত প্ৰতিটো এল পি জি চি...

June 1, 2024 1:41 PM

views 77

আজি প্ৰকাশ পাবলগীয়া প্রাক নির্বাচনী সমীক্ষাত কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ নকৰে

আজি প্ৰকাশ পাবলগীয়া প্রাক নির্বাচনী সমীক্ষাত কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ নকৰে। বৈদ্যুতিক সংবাদ মাধ্যমৰ টক শ্ব' বা অন্যান্য যিকোনো মাধ্যমৰ বিতৰ্কত কংগ্ৰেছৰ প্ৰতিনিধিয়ে অংশগ্রহণ নকৰে বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া কমিউনিকেশন বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে ভোটগণনাৰ দিনা বা প্ৰাক ন...

June 1, 2024 1:18 PM

views 74

সপ্তম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে ১৯ এপ্ৰিলত আৰম্ভ হোৱা লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ ইতিমধ্যে আৰম্ভ হৈছে। এই পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ছখন, হিমাচল প্ৰদেশৰ ৪ খন, ঝাৰখণ্ডৰ তখন আৰু চণ্ডীগড়...

June 1, 2024 1:14 PM

views 47

২০২৩-২৪ বৰ্ষৰ চতুৰ্থ ত্রিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অর্থ ব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ২০২৩-২৪ বৰ্ষৰ চতুৰ্থ ত্রিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অর্থ ব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰে। এই তথ্যৰ পৰা ভাৰতীয় অর্থ ব্যৱস্থাৰ বিকাশ হাৰ যে আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে সেয়াও স্পষ্ট হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। সামাজিক...

June 1, 2024 1:11 PM

views 58

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮.২ শতাংশ হোৱাৰ সম্ভাৱনা

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮.২ শতাংশ হোৱাৰ সম্ভাৱনা আছে। যোৱাটো বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ৭ শতাংশ আছিল। পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, ২০২৩-২৪ বৰ্ষত মুঠ প্রকৃত ঘৰুৱা উৎপাদনে ১৭৩ লাখ কোটি টকা অতিক্রম কৰিব বুলি অনুমান কৰা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।