ৰাষ্ট্ৰীয়

October 13, 2025 8:15 PM

views 53

যোৱা বছৰ কাৰ্যকৰী হোৱা তিনিখন অপৰাধ আইনে ন্যায়িক ব্যৱস্থা দ্রুত, সৰল আৰু অধিক সুলভ কৰি তুলিছেঃ গৃহমন্ত্রী

গৃহমন্ত্রী অমিত শ্বাহে কয় যে যোৱা বছৰ কাৰ্যকৰী হোৱা তিনিখন অপৰাধ আইনে ন্যায়িক ব্যৱস্থা দ্রুত, সৰল আৰু অধিক সুলভ কৰি তুলিছে। তেওঁ এই আইন সমূহ ন্যায়ৰ সহজতা নিশ্চিত কৰাৰ দিশত এই বৃহৎ পদক্ষেপ বুলি কয়। শ্ৰীশ্বাহে আজি জয়পুৰত নতুন অপৰাধ আইন কার্যকৰীকৰণৰ এবছৰ পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যিক পৰ্যায়ৰ এখন প্ৰ...

October 13, 2025 2:47 PM

views 52

লালু প্রসাদ যাদৱসহ আই আৰ চি টি চি দুৰ্নীতিৰ অভিযোগত কেইবাটাও ফৌজদাৰী গোচৰ

● দিল্লীৰ ৰাউজ এৱিনিউ আদালতে ৰাষ্ট্ৰীয় জনতা দল আৰ জে ডিৰ সভাপতি লালু প্রসাদ, তেওঁৰ পত্নী ৰাৱৰী দেৱী, পুত্ৰ-তেজস্বী যাদৱ তথা গান কেইবাগৰাকীৰ বিৰুদ্ধে আই আৰ চি টি চি দুৰ্নীতিৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কেইবাটাও ফৌজদাৰী গোচৰ ৰুজু কৰিছে। আদালতে, তিনিও গৰাকীৰ বিৰুদ্ধে দুর্নীতি, অপৰাধমূলক ষড়যন্ত্ৰ আ...

October 13, 2025 2:45 PM

views 101

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অষ্ট্ৰাহিন্দ-২০২৫ৰ চতুৰ্থ সংস্কৰণ আজি আৰম্ভ

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অষ্ট্ৰাহিন্দ-২০২৫ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ'ব। ভাৰতীয় সেনা বাহিনীৰ এটা ১২০ জনীয়া দল এই অনুশীলনত অংশ লোৱাৰ বাবে অষ্ট্ৰেলিয়াত উপস্থিত হৈছে। কেনবেৰাস্থিত ভাৰতীয় উচ্চ আয়োগৰ সূত্ৰই প্ৰকাশ কৰা মতে এই অনুশীলনে ভাৰত আৰু অষ্ট্ৰে...

October 13, 2025 2:40 PM

views 66

আৰ পি এফত প্ৰতি বছৰে কৰ্মচাৰী চয়ন আয়োগে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰিব: ৰে’লমন্ত্ৰী

● ৰে'লৱে সুৰক্ষা বাহিনী আৰ পি এফত এতিয়াৰেপৰা প্ৰতি বছৰে কৰ্মচাৰী চয়ন আয়োগে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰিব বুলি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে ৰে'লৱে সুৰক্ষা বাহিনীক আধুনিক প্রযুক্তিৰে উন্নত কৰাৰ বাবে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ বিষয়ে সদৰি কৰে। গুজৰাটত আজি আৰ পি এফৰ ৪১...

October 13, 2025 2:35 PM

views 205

৭ খন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ উপ-নির্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি

● নির্বাচন আয়োগে ৭ খন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ উপ-নির্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই বিধানসভা সমষ্টিকেইটা হৈছে জম্মু আৰু কাশ্মীৰৰ বুদগাম আৰু নাগ্রোতা, ৰাজস্থানৰ আণ্টা, ঝাৰখণ্ডৰ ভাটছিলা, তেলেংগানাৰ জুবিলি হিল্‌ছ, পাঞ্জাবৰ তৰ্ণ তাৰান, মিজোৰামৰ ডাম্পা আৰু ওড়িশাৰ নোৱাপাড়া। জম্মু-কাশ্মীৰ আৰু ওড়ি...

October 13, 2025 2:32 PM

views 128

বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি

● নির্বাচন আয়োগে বিহাৰৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে ৰাজ্যখনৰ ২০ খন জিলাৰ ১২২ টা বিধানসভা সমষ্টিত মনোনয়ন প্রক্রিয়া আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ত অহা ২০ অক্টোবৰ, মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ২১ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব ...

October 13, 2025 2:30 PM

views 84

গতি শক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাৰ আজি ৪ বছৰ সম্পূৰ্ণ

● বহুমুখী সংযোগ সাধনৰ বাবে প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাই আজি ৪ বছৰ সম্পূৰ্ণ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ১৩ অক্টোবৰত ভিন্ন অর্থনৈতিক মণ্ডলত বহুমুখী আন্তঃগাঁথনিমূলক সংযোগ গঢ়ি তোলাৰ বাবে এই পৰিকল্পনা মুকলি কৰিছিল। এই পদক্ষেপৰ অধীনত পৰিবহণৰ বিভিন্ন মাধ্যমৰ জৰিয়তে দেশ...

October 13, 2025 12:45 PM

views 46

সামৰিক অনুশীলন অষ্টাহিন্দ-২০২৫ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ’ব

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অষ্টাহিন্দ-২০২৫ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ'ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কৈছে, যে ২৬ অক্টোবৰত সামৰণি পৰিবলগীয়া এই বার্ষিক অনুশীলনত ভাৰতীয় সেনা বাহিনীৰ এটা ১২৫ জনীয়া দলে অংশগ্রহণ কৰিব। গোর্খা ৰাইফলছৰ এটা বেটেলিয়ন আৰু সে...

October 13, 2025 12:41 PM

views 66

তিনিদিনীয়া ভ্রমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত অনিতা আনন্দ

কানাডাৰ বিদেশ মন্ত্রী অনিতা আনন্দ তিনিদিনীয়া ভ্রমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। তেওঁ আজি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁ লগতে বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলকো সাক্ষাৎ কৰিব। আলোচনাত দুয়োখন দেশৰ মাজত বাণিজ্য বৈচিত্র্য, শক্তি ৰূপান্তৰ আৰু নিৰাপত্তাৰ দৰ...

October 13, 2025 12:39 PM

views 26

গাজা শান্তি সম্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কাইৰ’ত উপস্থিত কীর্তিবর্ধন সিং

কেন্দ্রীয় পৰিবেশ তথা বন ৰাজ্য মন্ত্রী কীর্তিবর্ধন সিং, গাজা শান্তি সম্মিলনত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণৰ উদ্দেশ্যে ইজিপ্তৰ ৰাজধানী কাইৰ'ত উপস্থিত হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিশেষ প্রতিনিধি হিচাপে এই সম্মিলনত তেওঁ অংশগ্রহণ কৰিব বুলি সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। যোৱা বৃহ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।