মধ্য প্ৰদেশ

October 5, 2025 8:49 PM

views 111

মধ্য প্রদেশৰ চিন্দৱাড়া জিলাত কাহৰ ঔষধ সেৱন কৰি ১১ টি শিশুৰ মৃত্যু

মধ্য প্রদেশৰ চিন্দৱাড়া জিলাত কাহৰ ঔষধ সেৱন কৰি ১১ টি শিশুৰ মৃত্যু হোৱাৰ পাছত ৰাজ্যখনৰ চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে। চিকিৎসক আৰু ঔষধ নির্মাণকাৰী কোম্পানীটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে যোৱা নিশা প্রবীণ ছোনী নামৰ চিকিৎসকজনক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখযোগ্য যে, কালি প্রকাশ পোৱা এখন প্রতিবেদনত ক'লড...

February 23, 2025 7:50 PM

views 137

সকলোৰে বাবে স্বাস্থ্য চৰকাৰৰ সবকা সাথ-সবকা বিকাশ দৃষ্টিভংগীৰ মূল স্তম্ভ হিচাপে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে বাবে স্বাস্থ্য চৰকাৰৰ সবকা সাথ-সবকা বিকাশ দৃষ্টিভংগীৰ মূল স্তম্ভ হিচাপে অভিহিত কৰিছে। মধ্য প্ৰদেশৰ চৰপুৰ জিলাত বাগেশ্বৰধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে এই প্ৰতিষ্ঠানত প্ৰান্তীয় ৰোগীসকলৰ বাবে বিনামূলীয়...

December 25, 2024 8:30 PM

views 109

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা খাজুৰাহোত দেশৰ প্ৰথমটো অভিলাসী তথা বহুমুখী কেন-বেটৱা নদী আন্তঃসংযোগ ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্য প্ৰদেশৰ বিভিন্ন স্থানত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে শ্রীমোদীয়ে খাজুৰাহোত ৪৪,৬০৫ কোটি টকা ব্যয়সাপেক্ষ দেশৰ প্ৰথমটো অভিলাসী তথা বহুমুখী কেন-বেটৱা ...

December 25, 2024 6:31 PM

views 104

সুশাসন দিৱসৰ লগত সংগতি ৰাখি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মধ্যপ্ৰদেশৰ খাজুৰাহোত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত সু-শাসন দিৱস পালন কৰা হৈছে। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশ ভ্ৰমণ কৰি খাজুৰাহোত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত কেন-বেট্ৰা নদী আন্তঃ সংযোগ ৰাষ্ট্ৰীয় প...

December 15, 2024 9:00 PM

views 116

মধ্য প্ৰদেশৰ গোৱালিয়ৰত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ  ভূ-বিজ্ঞান সংগ্ৰহালয় উদ্বোধন

মধ্য প্ৰদেশৰ গোৱালিয়ৰত আজি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এটা ভূ-বিজ্ঞান সংগ্ৰহালয় উদ্বোধন কৰে। এই অত্যাধুনিক সংগ্রহালয়টো ভূ-বিজ্ঞান শিক্ষা আৰু জনসংযোগৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। এনে ধৰণৰ সংগ্রহালয়ে ভাৰতীয় ভূতাত্বিক জৰীপৰ অনন্য পদক্ষেপক প্রতিনিধিত্ব কৰি ভূ-বিজ্ঞানৰ আপৰুগীয়া সমলসমূহ প্ৰদৰ্শনৰ লগত...

July 14, 2024 8:39 PM

views 100

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মধ্যপ্ৰদেশৰ ৫৫ খন জিলাত প্রধানমন্ত্রী উৎকর্ষতা মহাবিদ্যালয় মুকলি

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ইণ্ডোৰৰ পৰা মধ্যপ্ৰদেশৰ ৫৫ খন জিলাত প্রধানমন্ত্রী উৎকর্ষতা মহাবিদ্যালয় মুকলি কৰে। মুখ্যমন্ত্ৰী ড০ মোহন য়াদবো অনুষ্ঠানত উপস্থিত থাকে । অনুষ্ঠানত ভাষণ প্ৰসংগত শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে নতুন শিক্ষানীতিয়ে সমাগত ২৫ বছৰত ভাৰতীয় শিক্ষাৰ্থীসকলক গোলকীয়ভাৱে প্ৰতিযো...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।