May 20, 2024 12:57 PM
43
ওড়িশাত সাধাৰণ নির্বাচন তথা ৰাজ্য বিধান সভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূর্ণগতিত অব্যাহত
ওড়িশাত অহা ২৫ মে' আৰু পহিলা জুনত হ'বলগীয়া ষষ্ঠ আৰু অন্তিম পৰ্যায়ৰ সাধাৰণ নির্বাচন তথা ৰাজ্য বিধান সভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূর্ণগতিত অব্যাহত আছে। বিজেডি, বিজেপি আৰু কংগ্ৰেছকে ধৰি সকলো গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। বিজেপিৰ জ...