দেশৰ নিৰ্বাচন আয়োগে ৭খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ সময়সূচী ঘোষণা কৰিছে। ১৩টা বিধানসভা সমষ্টিৰ ভিতৰত পশ্চিমবংগৰ ৪টা, হিমাচল প্ৰদেশৰ ৩টা, উত্তৰাখণ্ডৰ দুটা আৰু বিহাৰ, তামিলনাড়ু, মধ্যপ্রদেশ, পঞ্জাবৰ এটাকৈ সমষ্টি আছে। নির্বাচন আয়োগে জনোৱা মতে এই বিধানসভা সমষ্টিকেইটাৰ অহা ১০ জুলাইত ভোটগ্রহণ অনুষ্ঠিত হ’ব আৰু ১৩ জুলাইত ভোটগণনা কৰা হ’ব।
Assamese | June 10, 2024 5:40 PM | bye Election
৭খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ সময়সূচী ঘোষণা