কাইলৈৰ পৰা মলদ্বীপত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক ছেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোত অসমৰ চাৰি গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে। সবিতা বনিয়া, প্রকাশ প্রধান, সুভদ্বীপ বৈদ্য আৰু পৱিত্ৰ নাথে এই দলত স্থান পাইছে। উল্লেখযোগ্য যে, এই প্রতিযোগিতাখন অহা ১১ নৱেম্বৰত সামৰণি পৰিব ।
Assamese | November 5, 2024 8:48 PM | Body bulding
ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলত অসমৰ চাৰি গৰাকী খেলুৱৈৰ স্থান লাভ