নতুন দিল্লীত আজি বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্রযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলৰ দ্বিতীয়খন সন্মিলন আৰম্ভ হ’ব। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে বিদেশ মন্ত্রী এছ জয়শংকৰে বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰতিনিধিত্ব কৰিব। মন্ত্ৰালয়েলগতে জনাইছে যে এই সন্মিলনে বিমষ্টেক গোটৰ সদস্যসকলক বংগোপসাগৰৰ সুৰক্ষা, যোগাযোগ, ব্যৱসায়, বিনিয়োগ আদি বিভন্নি ক্ষেত্ৰত থকা সহযোগিতাক অধিক শক্তিশালী কৰিব। বিমস্টেকৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমখন সন্মিলন থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হৈছিল।
Assamese | July 11, 2024 1:08 PM | bimstec meeting 2024 | India
নতুন দিল্লীত আজি বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলৰ দ্বিতীয়খন সন্মিলন আৰম্ভ হ’ব