জনতা দল ইউনাইটেডৰ মুৰববী নীতিশ কুমাৰে আজি দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰে। ৰাজ্যপাল আৰিফ মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত শপত গ্রহণ অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, ড° হিমন্ত বিশ্ব শর্মা, এম চন্দ্ৰবাবু নাইডুৰ লগতে কেইবাগৰাকীও কেবিনেট মন্ত্রী এই অনুষ্ঠানত উপস্থিত থাকে।
Assamese | November 20, 2025 12:22 PM | BIHAR CM
দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰৰ শপত গ্রহণ