বাক্সা জিলাৰ কেশৱ নগৰত শ্বহীদ কেশৱ বসুমতাৰীৰ স্মৃতিত ২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জনজাতি জিৰণী ঘৰ আজি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই উদ্বোধন কৰে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে বিপিএফে বিটিচিত বিৰোধী দল হিচাপে কোনোধৰণৰ ভূমিকা পালন কৰা নাই। বিপিএফৰ নিক্রিয় ভূমিকাৰ বাবে প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে ইউ পি পি এলত যোগদান কৰিবলৈ আহিছে বুলি উল্লেখ কৰি শ্রীগৌৰাই বিটিচিত পুনৰ ইউ পি পি এল-বিজেপিৰ চৰকাৰ হ’ব বুলি দাবী কৰে।
Assamese | February 13, 2025 8:58 PM | baksa jironi ghar ug brahma
বাক্সাৰ কেশৱ নগৰত শ্বহীদ কেশৱ বসুমতাৰীৰ স্মৃতিত নিৰ্মিত জনজাতি জিৰণী ঘৰ মুকলি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ