অসম আৰক্ষীৰ ২০২ টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ-নিয়ন্ত্রক পদৰ বাবে অহা ৫ জানুৱাৰীত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে কালি এই কথা ঘোষণা কৰিছে। এই অনুসৰি লিখিত পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলে ২৩ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা www.slprbassam.in ৱেবছাইট যোগে এডমিট কার্ড ডাউনলোড কৰিব পাৰিব।
Assamese | December 20, 2024 12:14 PM | assam police si 5 january
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে ৫ জানুৱাৰীত লিখিত পৰীক্ষা