প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত কাৰ্যসূচীৰ অধীনত এখন সুস্থ ভাৰত গঢ়াৰ পদক্ষেপৰ অংশ হিচাপে আজি অইল ইণ্ডিয়া লিমিটেডে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ৰাজ্যখনৰ স্বাস্থসেৱাৰ আন্তঃগাঁথনি উন্নীত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। ইয়াৰ দ্বাৰা চিকিৎসা মহাবিদ্যালয়খনত ৮ কোটি ৯০ লাখ কোটি টকা ব্যয়ৰে ৰোগীৰ বাবে কেইবামহলীয়া কেবিন গৃহ নিৰ্মাণ কৰা হ’ব। অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰিছে।
Assamese | August 22, 2024 6:20 PM | Assam medical college
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু অইল ইণ্ডিয়া লিমিটেডেৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ