ৰাজ্যিক মন্ত্রীসভাই মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত এহেজাৰ ১১ টা অব্যক্তিগত ন্যায়িক অনুষ্ঠানৰ সপক্ষে নিষ্পত্তিৰে হোৱা ভূমি আবণ্টনত অনুমোদন জনায়। তদুপৰি ১৪৬টা চৰকাৰী শিক্ষা প্রতিষ্ঠান, কার্যালয়, স্বাস্থ্য প্রতিষ্ঠান, অংগনৱাড়ী কেন্দ্ৰ আৰু অন্যান্য চৰকাৰী আন্তঃগাঁথনি প্ৰকল্পৰ বাবে চৰকাৰী ভূমি আবণ্টনতো মন্ত্রীসভাই অনুমোদন দিয়ে। মন্ত্রীসভাই প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ নাম সলনি কৰি অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদ নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱতো অনুমোদন জনায়।
Assamese | June 11, 2025 12:03 PM | Assam Cabinet approves green‑lights clear land allotments under Mission Basundhara
মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ১,০১১টা অব্যক্তিগত ন্যায়িক অনুষ্ঠানৰ সপক্ষে নিষ্পত্তিৰে হোৱা ভূমি আবণ্টনত মন্ত্ৰীসভাৰ অনুমোদন