উচ্চতম ন্যায়ালয়ে দিল্লীৰ পূৰ্বৰ সুৰা নীতিক কেন্দ্ৰ কৰি ৰুজু হোৱা দুৰ্নীতিৰ গোচৰটোৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনৰ আবেদন আজি নাকচ কৰিছে। মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে জনোৱা জামিন আবেদনৰ প্ৰসংগত চিবিআইক উত্তৰ দিবলৈ আহ্বান জনাই সর্বোচ্চ আদালতখনে গোচৰটোৰ শুনানী অহা ২৩ আগষ্টলৈ স্থগিত ৰাখে।
Assamese | August 14, 2024 6:54 PM | Arbinda kajriwal
অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ