আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ উদ্যোগত কাইলৈ নিশা ৮ বাজি ২ মিনিটত উভতি চাওঁ-২০২৪ শীর্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ‘ব। বিশিষ্ট চলচ্চিত্র সমালোচক, লেখক উৎপল দত্ত, জ্যেষ্ঠ সাংবাদিক জিতেন্দ্র কুমাৰ চৌধুৰী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই।
Assamese | December 30, 2024 8:25 PM | akashbani
কাইলৈ নিশা আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত উভতি চাওঁ-২০২৪ শীর্ষক বিশেষ অনুষ্ঠান