অসম সন্মিলিত মৰ্চাৰ সভাপতি হিচাপে আজি অজিত কুমাৰ ভূঞাৰ নাম ঘোষণা কৰা হয়। সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি শ্ৰীভূঞাই কয় যে কংগ্ৰেছে নিজৰ স্বৰূপ উদঙাই দেখুৱাইছে। অসম সন্মিলিত মৰ্চাই ৰাজ্যত বিৰোধী ঐক্যক সুৰক্ষিত কৰাৰ স্বাৰ্থত কাম কৰি যাব বুলি তেওঁ উল্লেখ কৰে।
Assamese | October 24, 2024 9:04 PM | ajit-kumar-bhuyan
সাংসদ অজিত কুমাৰ ভূঞাক অসম সন্মিলিত মৰ্চাৰ সভাপতিৰ দায়িত্ৱ