December 16, 2024 12:28 PM | air guwahati public speek

printer

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ পাব্লিক স্পীকত আজি গ্ৰাহকৰ সজাগতা-অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত গ্ৰাহকৰ সজাগতা- অধিকাৰ আৰু দায়িত্ব এই সন্দৰ্ভত গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব নিধি খাড়েৰ সৈতে হোৱা এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি গ্ৰাহকৰ অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে লগতে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব অথবা হেছটেগ AskAir যোগে সামাজিক মাধ্যম X-ত প্রশ্ন সুধিব পাৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।