♦ আম আদমী পাৰ্টীয়ে লোকসভা নিৰ্বাচনত পঞ্জাবৰ বিভিন্ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দুগৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্রকাশ কৰিছে। সেই অনুসাৰে ৰাজকুমাৰ চবেবৱালে হোচিয়াৰপুৰ আৰু মালৱিন্দ্ৰ সিং কাঙে আনন্দপুৰ চাহিব সমষ্টিৰপৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।
Assamese | April 3, 2024 1:51 PM | AAP | Punjab
পঞ্জাবৰ বিভিন্ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দুগৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ আপৰ