লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ বৃহস্পতিবাৰে অন্ত পৰিব। শুকুৰবাৰে মনোনয়নসমূহ পৰীক্ষা কৰা হ’ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে ২৯ এপ্ৰিললৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। চতুর্থ পৰ্যায়ত উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, অন্ধ্রপ্রদেশ, তেলেংগানা আৰু জম্মু-কাশ্মীৰৰ ৯৬টা সংসদীয় সমষ্টিৰ বাবে ১৩ মে’ত ভোটগ্রহণ কৰা হ’ব।
Assamese | April 23, 2024 6:14 PM | 4th phase | Lok Sabha Election
লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ অন্তিম দিন ২৫ এপ্ৰিল