April 17, 2025 8:05 PM

views 34

উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰে পৰা দৰ্পণ নামভৰ্তি প’ৰ্টেল মুকলি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰে পৰা ২৪ এপ্ৰিললৈ দৰ্পণ নামভৰ্তি প'ৰ্টেল মুকলি কৰিছে। পৰিষদৰ সংমণ্ডল ২ৰ সচিবে জাৰি কৰা নিৰ্দেশ অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে ছাত্র-ছাত্রীসকলে www.darpan.ahseconline. in অথবা w...

April 17, 2025 8:00 PM

views 41

কম্পার্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অনুত্তীর্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কম্পার্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল পৰিক্ষাৰ্থীয়ে ন্যূনতম তিনিটা বিষয়ত অনুত্তীৰ্ণ হৈছে আৰু অন্ততঃ মুঠ ১৭০ নম্বৰ লাভ কৰ...

April 17, 2025 7:56 PM

views 31

ৱকফ সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তী আদেশ জাৰি

উচ্চতম ন্যায়ালয়ে ৱকফ সংশোধনী আইন সন্দৰ্ভত আজি অন্তৱৰ্তীকালীন আদেশ যোগে ৱকফ বোর্ডৰ কেন্দ্ৰীয় পৰিষদত কোনো নিযুক্তি দিয়াটো বাৰণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰ, ৱকফ বোর্ড আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক সাত দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন...

April 17, 2025 7:49 PM

views 24

ডিফুত ১০০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কাৰ্বি আংলং জিলাৰ ডিফুত ১০০ কোটি টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্রকল্পসমূহৰ ভিতৰত কেইবাটাও পথ উন্নয়ন প্রকল্প, প্রতিমূৰ্তি-তোৰণ উন্মোচন আৰু দলং নিৰ্মাণ প্রকল্প অন্যতম। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ডিফুত প্ৰথমগৰাকী কাৰ্বি ৰজা আৰু ...

April 17, 2025 7:45 PM

views 46

নক্সালবাদক দেশৰ পৰা পুলিয়ে পোখাই উৎখাত কৰা হ’ব : গৃহমন্ত্রী

২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত নক্সালবাদক দেশৰ পৰা পুলিয়ে পোখাই উৎখাত কৰা হ'ব আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী-চি আৰ পি এফৰ জোৱানসকলে সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। চি আৰ পি এফৰ ৮৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে মধ্য প্ৰদেশৰ ন...

April 17, 2025 7:41 PM

views 27

ভূতপূৰ্ব প্ৰধানমন্ত্রী চন্দ্ৰশেখৰৰ জন্মবার্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্রদ্ধাঞ্জলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূতপূৰ্ব প্ৰধানমন্ত্রী চন্দ্ৰশেখৰৰ জন্মবার্ষিকী উপলক্ষে আজি প্ৰয়াত নেতাগৰাকীলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে চন্দ্ৰশেখৰে তেওঁৰ ৰাজনৈতিক দৃষ্টিভংগীৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ স্বাৰ্থক সদায় অগ্ৰাধিকাৰ প্ৰদান কৰিছিল। সামাজিক ...

April 17, 2025 10:48 AM

views 32

অতিৰিক্ত জিলা আয়ুক্ত সুকন্যা বৰাৰ ৭ কোটি ৩৩ লাখ টকা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ

বিধি বলবৎকাৰী সঞ্চালকালয়ে কালি কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সুকন্যা বৰাৰ ৭ কোটি ৩৩ লাখ টকা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। আয়ৰ জ্ঞাত উৎসতকৈ অধিক সম্পত্তি আহৰণৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অতিৰিক্ত আয়ুক্ত সুকন্যা বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে বিধি বলবৎকাৰী সঞ্চালকালয়ে নিজাববীয...

April 17, 2025 10:45 AM

views 106

সাদিনীয়া ৰঙালী বিহুৰ চতুৰ্থ দিনটো তাঁতৰ বিহু হিচাপে পালন

ৰাজ্যজুৰি ৰঙালীৰ উছাহ অব্যাহত আছে। অসমবাসীয়ে আজি সাদিনীয়া ৰঙালী বিহুৰ চতুৰ্থ দিনটো তাঁতৰ বিহু হিচাপে পালন কৰিব। ৰঙালী বিহুৰ পৰম্পৰা অনুসৰি সাত বিহুৰ অন্যতম হ'ল তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশালৰ গুৰুত্বক অনুধাৱনেৰে ৰঙালী বিহুৰ চতুৰ্থ দিনা তাঁতৰ বিহু পালন কৰি অহা হৈছে। কাইলৈ নাঙল বিহু,...

April 17, 2025 10:40 AM

views 19

দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কাৰ্বি আংলং ভ্ৰমণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আজি দুদিনীয়া ভ্রমণসূচীৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙত উপস্থিত হ'ব। এই ভ্ৰমণ কালত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ কাৰ্বি আংলং ভ্ৰমণকালত মুঠ ১০ হাজাৰ ৪৮২ লাখ ৬৫ হাজাৰ টকাৰ প্ৰকল্পৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰিব।...

April 17, 2025 10:36 AM

views 18

অক্টোবৰৰ ভিতৰত মাতৃ আৰু শিশু চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রীৰ প্রকাশ

অক্টোবৰৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত নির্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি গুৱাহাটীৰ কালাপাহাৰত নির্মীয়মান প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু জি ...