December 18, 2025 6:36 PM

views 43

বিদেশী বুলি ঘোষণা কৰা নগাঁও জিলাৰ ১৫ জন লোকক ভাৰত ত্যাগ কৰিবলৈ জাননী জাৰি

বিদেশী ন্যায়াধীকৰণে নগাঁও জিলাৰ ১৫ জন লোকক বিদেশী বুলি ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্ত দেৱাশীষ শর্মাই এটা নির্দেশযোগে লোককেইজনক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ জাননী জাৰি কৰিছে। এই নির্দেশ অমান্য কৰিলে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে ...

December 18, 2025 7:32 PM

views 53

প্ৰধানমন্ত্ৰীৰ অসম ভৱন সন্দৰ্ভত বাজপেয়ী ভৱনত এখন প্রস্তুতি সভা অনুষ্ঠিত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্রমণ সন্দৰ্ভত আজি বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভবনত এখন প্রস্তুতি সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি অন্যান্য মন্ত্রী, বিধায়ক তথা দলীয় কর্মকর্তাসকল উপস্থিত থাকে...

December 18, 2025 7:33 PM

views 52

লোকসেৱা ভৱনত ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক মুখ্যমন্ত্রীৰ নিযুক্তি পত্ৰ প্ৰদান

জি আই এছ ভিত্তিক সম্পত্তিৰ মানচিত্ৰকৰণ, ডিজিটেল আত্ম মূল্যায়ন আৰু স্বচ্ছ ব্যৱস্থাৰ জৰিয়তে বৰ্তমান পৌৰ নিগম আৰু নিকায়সমূহৰ ৰাজহ ৩০ শতাংশ বৃদ্ধি হৈছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনৰ চৌহদত আজি গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক...

December 18, 2025 4:41 PM

views 44

ভাৰত আৰু চৌদি আৰৱে ৰিয়াধত দ্বিপাক্ষিক ভিছা ৰেহাই চুক্তিত স্বাক্ষৰ

ভাৰত আৰু চৌদি আৰৱে ৰিয়াধত দ্বিপাক্ষিক ভিছা ৰেহাই চুক্তিত স্বাক্ষৰ কৰিছে। চৌদি আৰৱত থকা ভাৰতীয় ৰাষ্ট্রদূত সুহেল এজাজ খান আৰু চৌদি আৰৱৰ বিদেশ মন্ত্ৰ্যালয়ৰ প্ৰট’ক’ল পৰিক্ৰমা উপ-মন্ত্ৰী আব্দুলমজিদ বিন ৰাচিদ অলমৰিয়ে আজি এই চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ ফলত আনুষ্ঠানিক যাত্রা সুচল হ'ব আৰু ভাৰত-চৌদি আৰৱ ক...

December 18, 2025 4:24 PM

views 69

নাহৰণি গ্রেজিঙত নতুনকৈ নিৰ্মাণ কৰা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ উদ্বোধন সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনৰ

শিশুৰ সৰ্বাঙ্গীন বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে সৰুপথাৰ সমষ্টিৰ নাহৰণি গ্রেজিঙত নতুনকৈ নিৰ্মাণ কৰা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰটো আজি সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত সৰুপথাৰ সম-জিলা আয়ুক্ত, খণ্ড উন্নয়ণ বিষয়া, সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যাপককে ধৰি বহু কে...

December 18, 2025 4:22 PM

views 62

শিৱসাগৰৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দূৰ্ঘটনাত দুজন লোক নিহত

শিৱসাগৰ জিলাৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দূৰ্ঘটনাত আজি দুজন লোক নিহত হোৱাৰ লগতে এটি শিশুসহ আন এজন গুৰুতৰভাৱে আহত হয়। আজি পুৱা ঘন কুঁৱলীৰ মাজেৰে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে গৈ থকা এখন ডাম্পাৰত বিপৰীত দিশৰ পৰা আহি থকা এখন বাহনে খুন্দা মৰাৰ ফলতে এই দূর্ঘটনা সংঘটিত হয়। দূৰ্ঘটনা...

December 18, 2025 4:20 PM

views 46

পুনেত ৰাষ্ট্ৰীয় কলা উৎসৱৰ দলীয় লোক কলা শিতানত ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ গৰাকী শিক্ষাৰ্থীয়ে অসমক প্রতিনিধিত্ব কৰিব

দৰং জিলাৰ ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ গৰাকী শিক্ষাৰ্থীয়ে অহা ২০ ডিচেম্বৰৰ পৰা পুনেত হ'বলগীয়া ৰাষ্ট্ৰীয় কলা উৎসৱৰ দলীয় লোক কলা শিতানত অসমক প্রতিনিধিত্ব কৰিব। শিক্ষা মন্ত্ৰালয়ে আয়োজন কৰা এই উৎসৱত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰা শিক্ষাৰ্থী কেইগৰাকী হৈছে জ্যোতিস্...

December 18, 2025 4:18 PM

views 70

১৩০ বিঘা মাটিত আলু, সৰিয়হ, ৰঙা লাওৰ খেতিৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন মাজুলীৰ দিপাঙ্কৰ ৰাজখোৱাৰ

মাজুলী জিলা ছাত্রসন্থাৰ সম্পাদক তথা এগৰাকী কৃষক দিপাঙ্কৰ ৰাজখোৱাই প্ৰায় ১৩০ বিঘা মাটিত আলু, সৰিয়হ, ৰঙা লাওৰ খেতিৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। মাজুলীৰ গেজিং চাপৰিত ভূমি লীজত লৈ বিগত ৫ বছৰে তেওঁ কৃষি কৰ্মৰে যথেষ্ট লাভান্বিত হৈছে। কৃষকগৰাকীয়ে নিজৰ লগতে আন ১০ টা পৰিয়ালকো কৃষি কৰ্মত...

December 18, 2025 4:15 PM

views 57

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুর্থজন লোকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুর্থজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো উজান বজাৰৰ অভিজিত চৌধুৰীৰ বুলি চিনাক্ত কৰা হৈছে। এজন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মি...

December 18, 2025 4:13 PM

views 43

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ দেহাৱসান

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ যোৱা নিশা উত্তৰ প্ৰদেশৰ নয়ডাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। পদ্মভূষণ সন্মানেৰে বিভূষিত ভাস্কৰ্য্য শিল্পীগৰাকী গুজৰাটত স্থাপন কৰা বিশ্বৰ সবাটোকৈ ওখ প্ৰতিমূৰ্তি একতাৰ মূৰ্তিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে জনাজাত। তেওঁ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূ...