January 23, 2025 7:43 PM

views 25

নেতাজী সুভাষ চন্দ্ৰ বসুলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ স্মৰণ

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আজি নেতাজীক স্মৰণৰ বাবে কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই জন্মবার্ষিকীত নেতাগৰাকীক স্মৰণ কৰি দিয়া এটা বাৰ্তাত নেতাজীৰ জীৱন আৰু আদৰ্শই প্ৰতিগৰাকী ভাৰতীয়ক ৰাষ্ট্ৰসেৱাত উৎসর্গিত হ'বলৈ অনুপ্ৰাণিত কৰে বুলি মন্তব্য কৰে। জাপান ভ্ৰ...

January 23, 2025 7:37 PM

views 36

সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। এই উপলক্ষে সংস্কৃতি মন্ত্ৰ্যালয়ে নেতাজীৰ জন্মস্থান ওড়িশাৰ কটকত তিনিদিনীয়া উদযাপন সমাৰোহৰ আয়োজন কৰিছে। ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝিয়ে এই সমাৰোহ উদ্বোধন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপ...

January 23, 2025 1:20 PM

views 25

জাপানৰ ১৬০গৰাকীৰো অধিক বিশিষ্ট ব্যৱসায়ীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, এডভাণ্টেজ আছামলৈ আমন্ত্ৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি টকিঅ’ত জাপানৰ ১৬০ গৰাকীৰো অধিক বিশিষ্ট ব্যৱসায়ীক সাক্ষাৎ কৰি বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ আমন্ত্ৰণ জনায়। সাক্ষাৎকালত অসমৰ অৰ্থনৈতিক সাফল্য আৰু ব্যৱসায়িক সুচলতাৰ বিষয়ে উল্লেখ কৰি ড° শৰ্মাই ভাৰত আৰু জাপানৰ মাজৰ অৰ্থনৈত...

January 23, 2025 1:19 PM

views 64

ৰাজ্যৰ বিভিন্ন স্থানত গণৰাজ্য দিৱসৰ প্ৰস্তুতি, আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানতো গণৰাজ্য দিৱসৰ প্ৰস্তুতি অব্যাহত আছে। ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সময়ছোৱাত যাতে কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসালয় খেলপথাৰত হ'বলগীয়া কাৰ...

January 23, 2025 1:13 PM

views 34

৭৬সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি শ্ৰীলংকাত ভাৰতীয় উচ্চ আয়োগৰ বিশেষ সংগীতানুষ্ঠান, পাপনৰ গীত পৰিৱেশন

আসন্ন ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি শ্ৰীলংকাত থকা ভাৰতীয় উচ্চ আয়োগে কলম্বোৰ নেলুম পকুনা থিয়েটাৰত কালি বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই গীতেৰে দৰ্শকক মন্ত্রমুগ্ধ কৰে। স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত দেশ...

January 23, 2025 1:12 PM

views 35

মৰিগাঁও-জাগীৰোড সংযোগী পথৰ কপিলী নৈৰ পকী দলং পহিলা ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অহা পহিলা ফেব্ৰুৱাৰীত মৰিগাঁও-জাগীৰোড সংযোগী পথৰ কপিলী নৈৰ ওপৰৰ নৱনিৰ্মিত পকী দলংখন উদ্বোধন কৰিব। জাগী ভকতগাঁৱত কপিলী নৈৰ ওপৰত নিৰ্মীয়মাণ দলংখনৰ কাম-কাজৰ বুজ লৈ কালি জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই এই কথা প্ৰকাশ কৰে। তেওঁ দলংখনৰ কামসমূহ যাতে সুচাৰুৰূপে সম্পন্ন হয়...

January 23, 2025 1:10 PM

views 33

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ সামৰণি, অহা ৪ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ ১০খন জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ কালি সামৰণি পৰে। গুণোৎসৱৰ এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰ, ধুবুৰী, চিৰাং, তামুলপুৰ আৰু বাক্সা জিলাৰ বিভিন্ন বিদ্যালয় সামৰি লোৱা হয়। এই পৰ্যায়ত ৰাজ্যৰ ১৫ হাজাৰ ৬৫০ খন বি...

January 23, 2025 1:07 PM

views 25

হায়দৰাবাদত B2G বৈঠকত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পূৰ্বে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি হায়দৰাবাদত B2G বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে ভিৰিন্সি হাস্পতাল, এপ’ল' হাস্পতাল, মেটা সৌৰ সেৱা, গীতাঞ্জলি দেৱী ফাইণ্ডেচন আৰু, জি ভি আৰ ফিল্মচিটী, ডি পি ৱৰ্ল্ডৰ পৰা বিভিন্ন প্ৰকল্পৰ বাবে অভিপ্ৰায় পত্ৰ লাভ ক...

January 23, 2025 1:05 PM

views 33

প্ৰয়াগৰাজৰ কুম্ভমেলাৰ প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰত স্থাপিত নামঘৰত ৭ দিনীয়াকৈ অখণ্ড ভাগৱত পাঠ আৰম্ভ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভমেলা ভাগৱত পাঠৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। কুম্ভমেলাস্থলীৰ ৭ নম্বৰ খণ্ডত স্থাপন কৰা প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰত ৰাজ্যখনৰ আধ্যাত্মিক সংস্কৃতি আৰু পৰম্পৰাক উপস্থাপনৰ প্ৰয়াসৰ অংশ হিচাপে প্ৰতিষ্ঠা কৰা নামঘৰত কালিৰেপৰা সাতদিনীয়াকৈ অখণ্ড ভাগৱত পাঠ আৰম্ভ হৈছে। ২৭ জানুৱা...

January 23, 2025 1:04 PM

views 31

অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মণিপুৰত অহা ২৪ ঘণ্টাত ঘন কুঁৱলীৰ লগতে বতৰ ডাৱৰীয়া থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত ঠাই বিশেষে ঘন কুঁৱলী পৰিব পাৰে বুলি আগলি বতৰা দিছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ...