January 24, 2025 1:11 PM

views 56

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ তাপমাত্রা নিম্নগামী

বংগোপ সাগৰৰ শীতল বতাহ বাংলাদেশৰ মাজেৰে উত্তৰ পূৰ্বাঞ্চলত প্ৰবেশ কৰাত কালি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ তাপমাত্রা নিম্নগামী হয়। ইয়াৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত কালি ঘন কুঁৱলীৰ আচ্ছাদন পৰা দেখা যায়। গুৱাহাটী মহানগৰীতো কালি পুৱা প্ৰায় ৯ বজাৰ পৰাই ডাঠ কুঁৱলী পৰা পৰিলক্ষিত হয়। ইয়াৰ ফলত দৃশ্যমানত...

January 24, 2025 1:09 PM

views 64

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যত ৪.৮ প্রাবল্যৰ ভূমিকম্প

ৰিখটাৰ স্কেলত ৪.৮ প্রাবল্যৰ এটা ভূমিকম্পই যোৱানিশা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইখনমান ৰাজ্য জোকাৰি যায়৷ ৰাষ্ট্ৰীয় ভূ-কম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মণিপুৰৰ আন্তৰ্জাতিক সীমান্তৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ পূবে মানম্যাৰৰ ছেদং অঞ্চলত ভূ-পৃষ্ঠৰ পৰা ১০৬ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছ...

January 24, 2025 1:07 PM

views 22

ৰাজ্যৰ ফুটবল খেলুৱৈসকলৰ বিকাশৰ বাবে অভিলাষী আঁচনি গ্ৰহণ

গুৱাহাটী ক্রীড়া সন্থাই আসন্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ জৰিয়তে ৰাজ্যৰ ফুটবল খেলুৱৈসকলৰ বিকাশৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনি অনুযায়ী বৰদলৈ ট্ৰফীত উন্নত প্ৰদৰ্শন কৰা ১৯ বছৰ অনুর্ধ খেলুৱৈৰে গঠিত এটা দলক উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণৰ বাবে স্পেইনলৈ প্ৰেৰণ কৰা হ'ব। বি চি চি ...

January 24, 2025 1:04 PM

views 41

নতুন দিল্লীত গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিবলগীয়া অতিথিসকলক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এইবাৰৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিবলগীয়া ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ সদস্য, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক, প্রতীকপটৰ শিল্পী আৰু জনজাতীয় সম্প্ৰদায়ৰ অতিথিসকলক সাক্ষাৎ কৰিব। এইবছৰ গণৰাজ্য দিৱসৰ সমাৰোহত সাংস্কৃতিক বৈচিত্ৰ আৰু সামৰিক শক্তিৰ প্ৰদৰ্...

January 24, 2025 1:03 PM

views 44

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রবোৱো ছুবিয়াণ্টো নতুন দিল্লীত উপস্থিত

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রবোৱো ছুবিয়াণ্টোই আসন্ন ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰাৰ উদ্দেশ্যে যোৱানিশা নতুন দিল্লীত উপস্থিত হয়। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই বিমান বন্দৰত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। এই চাৰিদিনীয়া ভ্ৰমণকালত শ্ৰী ছ...

January 24, 2025 1:01 PM

views 53

দেশৰ বিকাশ হাৰ ৬ ৰ পৰা ৮ শতাংশৰ ভিতৰত থাকিব বুলি আস্থা প্ৰকাশ অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেশৰ বিকাশ হাৰ ৬ ৰ পৰা ৮ শতাংশৰ ভিতৰত থাকিব বুলি আস্থা প্ৰকাশ কৰিছে। ডাভোছত কালি এটা টি ভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰী বৈষ্ণৱে কয়, যে ছেমি কণ্ডাক্টৰ উদ্যোগৰ কাণ্ডাৰীসকলে ভাৰত অনাগত সময়ত খণ্ডটোৰ শীৰ্ষ তিনিটা আকৰ্ষণীয় স্থানৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত...

January 24, 2025 12:59 PM

views 45

আজি মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগমৰ কাৰ্যালয় উদ্বোধন অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগমৰ কাৰ্যালয় উদ্বোধন কৰিব। এই উপলক্ষে প্রধানন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সেহকৰ সে সমৃদ্ধি লক্ষ্যক অধিক শক্তিশালী কৰাৰ বাবে সমবায় খণ্ডৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ আৰম্ভ কৰিব। ইয়াৰ লগতে গৃহমন্ত্ৰী অমিত...

January 24, 2025 12:52 PM

views 83

নাটো ৰাষ্ট্ৰসমূহক প্ৰতিৰক্ষা ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ ৫ শতাংশলৈ বৃদ্ধি কৰিবলৈ আহ্বান ড’নাল্ড ট্রাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে নাটো ৰাষ্ট্ৰসমূহক তেওঁলোকৰ প্ৰতিৰক্ষা ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ ৫ শতাংশলৈ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। তেওঁ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বজনীন প্ৰতিৰক্ষা ব্যয়ৰ বিশেষকৈ ইউক্রেইন যুদ্ধত অনুচিত বোজা বহন কৰিবলগীয়া হৈছে বুলি দাবী কৰিছে। ডাভোছত যোৱানিশা ...

January 24, 2025 12:42 PM

views 60

প্ৰয়াগৰাজলৈ প্ৰতিদিনে ভালেসংখ্যক ভক্ত আৰু তীর্থযাত্ৰীৰ আগমন

মহাকুম্ভত ভাগ লোৱাৰ বাবে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজলৈ প্ৰতিদিনে ভালেসংখ্যক ভক্ত আৰু তীর্থযাত্ৰীৰ আগমন ঘটিছে। এইবাৰৰ মহাকুম্ভত এতিয়ালৈকে ত্রিবেণী সংগমত ১০ কোটি ২১ লাখৰো অধিক ভক্তই পৱিত্ৰ স্নান সম্পন্ন কৰিছে। ২৬ ফেব্ৰুৱাৰীত মহাকুম্ভ মেলাৰ সামৰণি পৰিব। উল্লেখযোগ্য যে ১৩ জানুৱাৰীত ৪৫ দিনীয়া এই মেলা আৰম্...

January 23, 2025 8:25 PM

views 28

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজু প্ৰয়াগৰাজৰ মহাকুম্ভ নগৰত উপস্থিত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজুৱে আজি প্ৰয়াগৰাজৰ মহাকুম্ভ নগৰৰ চেক্টৰ ফ'ৰত স্থাপন কৰা আকাশবাণী আৰু দূৰদৰ্শনৰ শিবিৰ কাৰ্যালয় পৰিদৰ্শন কৰি মহাকুম্ভৰ বিস্তৃত কাৰ্যসূচীৰ সম্প্ৰচাৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সচিবগৰাকীয়ে কয়, যে প্ৰচাৰ ভাৰতীয়ে মহাকুম...