ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আজি ৫ বছৰ সম্পূৰ্ণ কৰিছে। এই ৫ বছৰত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দেশত সর্বাংগীন, অধিক অধ্যয়নকেন্দ্ৰিক আৰু ভৱিষ্যতৰ বাবে সাজু কৰি তোলা শিক্ষা ব্যৱস্থাৰ ভেটি গঢ় দিলে। এই নীতিয়ে দেশৰ বিদ্যালয়সমূহত পাঠ্যপুথি, মুখস্থ বা নম্বৰতেই সীমাৱদ্ধ নাৰাখি প্ৰকৃত শিক্ষালাভৰ ভেটি নিৰ্মাণ কৰিছে। এই নীতিৰ দ্বাৰা প্ৰতিজন শিক্ষার্থী লাভৱান হোৱাৰ সুযোগ লাভ কৰিছে।
Assamese | July 29, 2025 10:10 AM | National Education Policy
ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ৫ বছৰ সম্পূৰ্ণ