ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত চলি থকা ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্রতিযোগিতাৰ হাইজাম্প ইভেণ্টত ল’ৰাৰ ১৬ বছৰ অনূৰ্ধ্ব শাখাত অসমৰ জুবিন গোঁহায়ে সোণৰ পদক লাভ কৰিছে। আনহাতে, অসমৰ বৰ্ণিল শৰ্মাই প্ৰতিযোগিতাৰ ১৬ বছৰ অনূৰ্ধ্ব শাখাত ৮০ মিটাৰ হাৰ্ডলছ ইভেণ্টত ১০.৩৯ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি ৰূপৰ পদক অৰ্জন কৰে।
Assamese | December 9, 2024 9:13 PM | zubin gohain athletics highjump
ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছৰ হাইজাম্পত অসমৰ জুবিন গোঁহাইৰ সোণৰ পদক