ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্রার্থীৰ আন এখন তালিকা প্রকাশ কৰিছে। দলটোৱে মধ্যপ্ৰদেশৰ পৰা মহেশ কেৱট আৰু কৰ্ণাটকৰ পৰা ড০ এম নাগাৰাজক প্রার্থিত্ব দিছে। দলে লগতে কৰ্ণাটকৰ বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে লিঙ্গৰাজ পাটিল আৰু ৰঘু কৌটিল্যৰ নাম ঘোষণা কৰিছে।
Assamese | June 8, 2026 12:33 PM | BJP list
ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্রার্থীৰ আন এখন তালিকা প্রকাশ