প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩৫০সংখ্যক শ্বহীদ দিৱস উপলক্ষে গুৰু টেগ বাহাদুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রীমোদীয়ে অতুলনীয সাহস আৰু ত্যাগৰ বাবে নৱম শিখ গুৰু গৰাকীক প্ৰতি শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁ লগতে কয়, যে বিশ্বাস আৰু মানৱতাৰ হকে গুৰু টেগ বাহাদুৰে কৰা ত্যাগে সমাজক চিৰকাল পোহৰাই ৰাখিব।
Assamese | November 25, 2025 6:26 PM | pm tagbahadur
৩৫০সংখ্যক শ্বহীদ দিৱস উপলক্ষে গুৰু টেগ বাহাদুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ