৪ জুনত দেশৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিন। দেশৰ অন্য প্ৰান্তৰ লগতে ৰাজ্যৰ ১৪টা সংসদীয় সমষ্টিতো হ’বলগীয়া ভোটগণনাৰ প্ৰস্তুতি সম্পর্কে কাইলৈ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই এখন সংবাদমেল সম্বোধন কৰিব। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে দিছপুৰৰ জনতা ভৱনত চাৰে ১১ বজাত সংবাদমেলখন সম্বোধন কৰিব।
Assamese | May 30, 2024 8:04 PM | Election counting
১৪টা সংসদীয় সমষ্টিত হ’বলগীয়া ভোটগণনাৰ প্ৰস্তুতি সম্পৰ্কত কাইলৈ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াৰ সংবাদমেল