অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ পুৱা ১১ বজাত কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি ফলাফলসমূহ পি ডি এফ আকাৰত উপলব্ধ হ’ব। পৰিক্ষাৰ্থীসকলে পৰিষদৰ ৱেবছাইট sebaonline.orgত ফলাফল লাভ কৰাৰ লগতে মার্কশ্বিট ডাউনল’ড কৰিব পাৰিব।
Assamese | June 15, 2025 7:59 PM | ASSEB
সোমবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা