কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে লোকসভাত দলৰ উপ নেতা, মুখ্য হুইপ আৰু অন্য দুগৰাকী হুইপ নিযুক্তি সন্দৰ্ভত নিম্ন সদনৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। সেই অনুসৰি যোৰহাটৰ সাংসদ গৌৰৱ গগৈ পুনৰ লোকসভাত কংগ্রেছ সংসদীয় দলৰ উপ দলপতি হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে, কোদিকুমিল সুৰেশক মুখ্য হুইপ হিচাপে নিযুক্তি দিয়া হৈছে।
Assamese | July 14, 2024 6:48 PM | Gourav Gogoi
সাংসদ গৌৰৱ গগৈক লোকসভাত কংগ্রেছ সংসদীয় দলৰ উপ দলপতি হিচাপে নিযুক্তি