মৎস্য পালকসকলৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে বিশ্ব বেংকৰ বিত্তীয় যোগানৰ জৰিয়তে গঢ়ি উঠা আপাৰ্ট প্ৰকল্পৰ সহায়ত গহপুৰ এফ পি চিয়ে শেহতীয়াকৈ ৪ লাখ মাছৰ পোনা ৰপ্তানি কৰিছে। ইয়াৰ জৰিয়তে মৎস্য পালকসকলৰ উপার্জন বৃদ্ধি হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, যে দূৰ-দূৰণিলৈ মৎস্য সৰবৰাহ কৰাৰ ক্ষেত্ৰত ৰাজ্যখন প্রযুক্তিগতভাৱে সমৰ্থৱান হৈ উঠিছে।
Assamese | February 3, 2025 7:53 PM | CM Fish
মৎস্য পালকৰ উন্নয়নত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ