মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে বুথ পৰ্যায়ৰ বিষয়াসকলক দেশৰ নিৰ্বাচনী গণতন্ত্ৰৰ মূল ভেটি হিচাপে অভিহিত কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন ব্যৱস্থাপনা সন্মিলনত ভাষণ দি শ্ৰী কুমাৰে কয়, যে ভাৰত গণতন্ত্ৰৰ মাতৃ স্বৰূপ আৰু প্ৰতিগৰাকী যোগ্য ভোটদাতাৰ অন্তৰ্ভুক্তিৰে নিৰপেক্ষ ভোটাৰ তালিকা প্ৰস্তুত কৰাটো গণতন্ত্ৰৰ সৱলীকৰণৰ বাবে অতিকে জৰুৰী।
Assamese | January 21, 2026 8:59 PM | Chief Election Commission
মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বুথ পৰ্যায়ৰ বিষয়াসকলক দেশৰ নিৰ্বাচনী গণতন্ত্ৰৰ মূল ভেটি হিচাপে অভিহিত