মহানগৰীৰ ভঙাগড়ত আজি এটা অগ্নিকাণ্ডৰ ঘটনাত এখন ধাবা সম্পূর্ণৰূপে ভস্মীভূত হয়। লগতে আন ৫খন ব্যৱসায়িক প্রতিষ্ঠানলৈও এই জুই সম্প্ৰসাৰিত হয়। পাছত ঘটনাস্থলীত অগ্নি নির্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। অৱশ্যে অগ্নিকাণ্ডত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াও স্পষ্টভাবে জানিব পৰা হোৱা নাই।
Assamese | November 7, 2026 12:52 PM | Guwahati Fire
মহানগৰৰ ভঙাগড়ত অগ্নিকাণ্ডৰ ঘটনাত এখন ধাবা সম্পূর্ণৰূপে ভস্মীভূত