দিল্লীৰ ৰাউজ এভিনিউ আদালতে আবকাৰি নীতিৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ২১ মে’লৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ ম্যাদ সমাপ্ত হোৱাৰ পাছত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে কালি ন্যায়ালয়ৰ সন্মুখত হাজিৰ হোৱা সময়ত বিশেষ ন্যায়াধীশ কাৱেৰে বাৱেজাই ছিছোদিয়াৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰে।
Assamese | May 9, 2024 12:40 PM | Monis sisodiya
মনীষ ছিছোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ২১ মে’লৈ বৃদ্ধি