নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা অনুষ্ঠিত হ’ব। এইবাৰৰ মেলাৰ বিষয়বস্তু হৈছে ২০৪৭ চনত বিকশিত ভাৰত। এইবাৰৰ মেলাত ঝাৰখণ্ডক গুৰুত্ব প্ৰদান কৰাৰ লগতে বিহাৰ আৰু উত্তৰ প্ৰদেশ দুয়োখনে অংশীদাৰী ৰাজ্য হিচাপে ভাগ ল’ব। চীন, ইজিপ্ত, ইৰাণ, দক্ষিণ কোৰিয়া, থাইলেণ্ড, তুর্কী, সংযুক্ত আৰৱ এমিৰ্টেছ আদি বিভিন্ন দেশে এই মেলাত অংশগ্ৰহণ কৰিব।
Assamese | November 14, 2024 9:18 AM | India | Trade Fair
ভাৰত মণ্ডপমত আজি ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা অনুষ্ঠিত