দক্ষিণ আফ্ৰিকাৰ বেননীৰ উইল’মোৰ পাৰ্কত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ১৯ বছৰ অনুৰ্ধ দলৰ মাজত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হ’ব। তিনিখনীয়া শৃংখলাৰ আজি প্ৰথমখন খেল ভাৰতীয় সময় অনুসৰি দিনৰ ডেৰ বজাত আৰম্ভ হ’ব। অহা ১৫ জানুৱাৰীৰ পৰা হ’বলগীয়া আই চি চি ১৯ বছৰ অনূর্ধ বিশ্বকাপৰ পূৰ্বে এই শৃংখলা দুয়োটা দলৰ বাবে উপযুক্ত প্রস্তুতিমূলক খেল হিচাপে বিবেচিত হ’ব। বৈভৱ সূৰ্যবংশীয়ে ভাৰতীয় দলটোক নেতৃত্ব দিব।
Assamese | January 3, 2026 1:08 PM | U-19 Cricket
ভাৰত-দক্ষিণ আফ্ৰিকাৰ ১৯ বছৰ অনুৰ্ধ দলৰ আজি প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল