ভাৰত আৰু ইণ্ডোনেছিয়াৰ সম্পৰ্ক কেৱল ভু-ৰাজনৈতিক নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উল্লেখ কৰিছে। তেওঁ কয়, যে দেশ দুখনৰ সম্পৰ্ক হাজাৰ বছৰ পুৰণি। ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্রীসনাতন ধর্ম আলায়মৰ মহাকুম্বভিছেগমত দিয়া ভাষণত তেওঁ কয়, যে দুয়োখন দেশ সংস্কৃতি, সভ্যতাৰ এনাজৰী তথা আধ্যাত্মিকতাৰ ডোলেৰ বান্ধ খাই আছে। যেতিয়া এগৰাকী ভাৰতীয়ই প্রথমবাৰ ইণ্ডোনেছিয়াৰ মন্দিৰ দৰ্শন কৰে তেওঁৰ কাশী আৰু কেদাৰনাথৰ কথা মনলৈ আহে।
Assamese | February 2, 2025 8:30 PM | PM Modi speak India-Indonesia Relation
ভাৰত আৰু ইণ্ডোনেছিয়াৰ সম্পৰ্ক কেৱল ভু-ৰাজনৈতিক নহয়, এই সম্পৰ্ক হাজাৰ বছৰ পুৰণি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ