June 20, 2026 12:38 PM | India-US Forum

printer

ভাৰত-আমেৰিকা ফ’ৰাম ২০২৬ত ড০ জয়শংকৰৰ ভাষণ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে ভাৰতে অশান্ত বিশ্বত নিজৰ ৰাষ্ট্ৰীয় স্বার্থ, কৌশলগত আত্মনিৰ্ভৰশীলতা আৰু বহুপাক্ষিকতাৰ ক্ষেত্ৰত বিভিন্ন দেশৰ সৈতে সু-সম্পর্ক গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। কালি সন্ধিয়া নতুন দিল্লীত অনুষ্ঠিত ভাৰত-আমেৰিকা ফ’ৰাম ২০২৬ত ভাষণ দি ড০ জয়শংকৰে দুয়োখন ৰাষ্ট্ৰই ইয়াৰ সমস্যা আৰু জটিলতাসমূহ চিনাক্ত কৰাৰ সময়তো পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহত ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব গভীৰ হোৱাৰ বিষয়ে কয়। তেওঁ লগতে কয় যে ভাৰতৰ উত্থানৰ লগে লগে ইয়াৰ স্বাৰ্থ সম্প্ৰসাৰিত আৰু বৈচিত্র্যময় হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।