ভাৰতীয় কমিউনিষ্ট পার্টী চি পি আইৰ সাধাৰণ সম্পাদক অতুল কুমাৰ অঞ্জনৰ দীর্ঘিদনীয়া অসুস্থতাৰ অন্তত আজি মৃত্যু ঘটে। লক্ষ্ণৌত শেষ নিশ্বাস ত্যাগ কৰা সাম্যবাদী নেতাগৰাকীৰ বয়স হৈছিল ৬৯ বছৰ। গুৰুতৰ পৰ্যায়ৰ কৰ্কট ৰোগত আক্রান্ত হৈ বিগত এমাহ ধৰি তেওঁ ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল। আজি বিয়লি লক্ষ্ণৌৰ ভাইছা কুণ্ডত তেওঁৰ শেষকৃত্ব সম্পন্ন কৰা হ’ব।
Assamese | May 3, 2024 5:38 PM | Atul kumar Anjan death
ভাৰতীয় কমিউনিষ্ট পার্টীৰ চি পি আইৰ সাধাৰণ সম্পাদক অতুল কুমাৰ অঞ্জনৰ দেহাৱসান